Hello world! Please change me in Site Preferences -> This Category/Section -> Lower Description Bar

26

Aug 2015

আমোদ-প্ৰমোদৰ মদ্যপানৰ কুপ্ৰভাৱসমূহ কি কি ?

Posted by / in আমোদ-প্ৰমোদৰ মদ্যপান / No comments yet

সুৰাপানে আপোনাৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পেলায়ঃ

  1. সচৰাচৰতে দুৰ্ঘটনা হয় তথা পৰি যায় কাৰণ সুৰাপানে আপোনাৰ সন্তুলন আৰু সমন্বয়ত প্ৰভাৱ পেলায়।
  2. আমোদ-প্ৰমোদৰ মদ্যপানে আপোনাৰ মেজাজ তথা স্মৃতিশক্তিৰ ওপৰত প্ৰভাৱ পেলায় আৰু দীৰ্ঘকালীনভাৱে গুৰুতৰ মানসিক স্বাস্থ্যজনিত সমস্যালৈ ঠেলি দিব পাৰে।

অতি স্বাভাৱিকতে, আমোদ-প্ৰমোদৰ মদ্যপানে সমাজ-বিৰোধী, আক্ৰমণাত্মক তথা হিংসাত্মক আচৰণৰ পৰ্যায়লৈ ঠেলি দিব পাৰে।

Please select the social network you want to share this page with: